জামুগুৰিহাটঃ বাঁহী বাদনৰ জৰিয়তে আকাশ চুৱাৰ হেপাঁহ চতিয়াৰ মাগুৰমড়াৰ অঞ্চল তথা উত্তৰ চতিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰাহুল ৰঞ্জন বৰুৱাৰ । দিলীপ বৰুৱা আৰু বুলবুলি বৰুৱাৰ একমাত্ৰ পুত্ৰ ৰাহুলে সাত বছৰ বয়সৰ পৰাই পিতৃ- মাতৃৰ অনুপ্ৰেৰণাৰ জৰিয়তে বাঁহীৰ প্ৰশিক্ষণ লৈ সৃষ্টিশীল প্ৰতিভাৰ জৰিয়তে আকাশ চুৱাৰ সপোন দেখিছে। বৰ্তমান লকডাউনৰ সময়চোৱাত বিদ্যালয়সমূহ বন্ধ হৈ […]