Posted inঅসম

বন্ধ হৈ পৰিব লখিমপুৰ-গুৱাহাটীৰ মাজত চলা ‘ফ্লাইবিগ’ যাত্ৰীবাহী বিমান

লখিমপুৰঃ লখিমপুৰৰ বাবে এক দুঃসংবাদ। বন্ধ হৈ পৰিব লখিমপুৰ-গুৱাহাটীৰ মাজত চলা ‘ফ্লাইবিগ’ যাত্ৰীবাহী বিমান সেৱা। ১১ মে’ৰ পৰা বন্ধ কৰি দিয়া হ’ব এই বিমান সেৱা। এই বিমানসেৱাৰ জৰিয়তে এঘন্টাৰো কম সময়ৰ ভিতৰতে লখিমপুৰৰ যাত্রীয়ে মহানগৰী গুৱাহাটীত ভৰি থব পাৰিছিল। ফ্লাইবিগৰ এখন ৭২ খন আসন বিশিষ্ট বিমান নিতৌ সন্ধিয়া গুৱাহাটীৰ পৰা লখিমপুৰৰ লীলাবাৰী  বিমান বন্দৰলৈ আহে আৰু কিছু সময়ৰ পাছতে […]