নিউজ ডেস্ক- আজিৰ পৰা আৰম্ভ হৈছে গুৱাহাটী-ডিব্ৰুগড় আৰু ডিব্ৰুগড়-গুৱাহাটীলৈ পুৱা-সন্ধিয়া পোনপটীয়া যাত্ৰীবাহী দৈনিক বিমান সেৱা। আগশাৰীৰ বিমান সেৱা ফ্লাই বিগে আৰম্ভ কৰে এই সেৱা। আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উদ্ধোধনী বিমানখনৰ ফ্লেগ অফ কৰে। লগতে ডিব্ৰুগড়-গুৱাহাটী অভিমুখী বিমানখনৰ অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু ডিব্ৰুগড়ৰ […]