Posted inইষ্ট ম'জ' বিশেষ

আকাশত উৰিবলৈ সাজু এইবাৰ মটৰচাইকেল

দীপক কুমাৰ দাস : উৰণীয়া গাড়ীৰ পাছত এইবাৰ চলিব উৰণীয়া মটৰচাইকেল। শ্লোভেকিয়াত উৰণীয়া গাড়ীৰ সফল পৰীক্ষণৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত উৰণীয়া মটৰচাইকেলৰ সফল পৰীক্ষণ হ’ল। দক্ষিণ কেলিফ’ৰ্ণিয়াত অলপতে সফল পৰীক্ষণ হোৱা উৰণীয়া মটৰচাইকেল নো কি, উৰণীয়া মটৰচাইকেল খনত কি কি বিশেষত্ব আছে। উৰা জাহাজ, হেলিকপ্টাৰ আদিৰ পাছত উৰণীয়া গাড়ী, উৰণীয়া মটৰচাইকেলৰ প্ৰয়োজন কিয়!ৰোমান্সৰ বাবেই মানৱ […]