নিউজ ডেস্ক: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্স’ ব্যৱস্থাৰে ৯১ টা নতুন ‘১০০ ৱাট ক্ষমতা সম্পন্ন এফএম ট্ৰেন্সমিটা’ৰ উদ্বোধন কৰে। এই উদ্বোধনে দেশৰ ৰেডিঅ’ সংযোগক আৰু অধিক উৎসাহিত কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই সমাৱেশত অসংখ্য পদ্ম সন্মান বিজয়ীৰ উপস্থিতিৰ কথা উল্লেখ কৰে আৰু তেওঁলোকক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে কয় […]