Posted inঅসম

সমবায় সমিতিত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান

কলগাছিয়া : কলগাছিয়াৰ দক্ষিণ তিতাপানী সমবায় সমিতিত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান। সম্পাদক আব্দছ ছবুৰ আৰু সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে উত্থাপিত হোৱা বিয়াগোম দুৰ্নীতি আৰু অনিয়মৰ পিছতে এই অভিযান। ৰাইজৰ অভিযোগ দক্ষিণ তিতাপানী সমবায় সমিতিৰ সম্পাদক আব্দছ ছবুৰ বিভিন্ন দুৰ্নীতিৰ লগত জড়িত। বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ তিতাপানী সমবায় সমিতিৰ সম্পাদক আব্দুচ […]