Posted inNews

দ্য গ্ৰেট কাবাব ফেক্টৰীত আজিৰে পৰা আৰম্ভ হৈছে ‘নিজামি নৱাবী’ খাদ্য মহোৎসৱ

গুৱাহাটীৰ ৰেডিশ্যন ব্লু হোটেলৰ দ্য গ্ৰেট কাবাব ফেক্টৰীত ‘নিজামি নৱাবী’ খাদ্য মহোৎসৱ। ১৭ৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া ‘নিজামি নৱাবী’ খাদ্য মহোৎসৱৰ জৰিয়তে এক অনন্য ৰন্ধন অভিজ্ঞতা কঢ়িয়াই অনাৰ বাবে ৰাজকীয় যুগলবন্দীৰ আয়োজন কৰিছে। দ্য গ্ৰেট কাবাব ফেক্টৰীয়ে খাদ্যপ্ৰেমীসকলৰ বাবে এক অনন্য ভোজন অভিজ্ঞতা কঢ়িয়াবৰ বাবে এই খাদ্য মহোৎসৱৰ আয়োজন কৰিছে। দ্য গ্ৰেট কাবাব ফেক্টৰীত […]