Posted inঅসম

কোভিডসৃষ্ট পৰিৱেশত আৰ্তজনৰ কাষত অভিনেত্ৰী আইমী বৰুৱা

গুৱাহাটীঃ কোভিড১৯ৰ এই ভয়াবহ সময়ত সকলোৱে নানা পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। তাৰ মাজতে বিভিন্নজনে বহুজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে। তেনে আৰ্তজনৰ কাষত থিয় হ’ল অসমীয়া চলচ্চিত্ৰজগতৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা। মহানগৰীৰৰ বিভিন্ন প্ৰান্তত ফুটপাথত অনাহাৰে কটোৱা লোকসকলক এসাঁজ খাদ্যৰ যোগান ধৰিলে অভিনেত্ৰীগৰাকীয়ে। আৰু পঢ়কঃমানকাচৰত পকী দলং নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ ঘৰতে ৰন্ধা প্ৰায় ১০০০ খাদ্যৰ টোপোলা […]