Posted inঅসম

লিভাৰ সুৰক্ষিত কৰি ৰাখিবলৈ এই কেইবিধ খাদ্য গ্ৰহণ কৰক

নিউজ ডেস্ক : আমাৰ দেহৰ এক অন্যতম অত্যন্ত গুৰুত্বপূৰ্ণ অংগ হৈছে যকৃত বা লিভাৰ। আমাৰ দৈনদিন কামকাজ সুচাৰুৰূপে কৰি যাবলৈ যিদৰে এটা সুস্থ মস্তিষ্কৰ প্ৰয়োজন, ঠিক সেইদৰে এটা স্বাস্থ্যৱান জীৱনৰ বাবে প্ৰয়োজন এটা সুস্থ-সবল লিভাৰৰ। লিভাৰটোক সুস্থৰূপত ৰাখিবলৈ আমি খোৱা-বোৱাত মন দিয়াটো যথেষ্ট দৰকাৰী। তেনে কেইবিধমান খাদ্যৰ এখন তালিক তলত আগবঢ়োৱা হৈছে – নহৰু – […]