Posted inঅসম

ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত দলীয় বিষয়ববীয়াৰ সৈতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক

গুৱাহাটীঃ ভাৰতীয় জনতাপাৰ্টী অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাস আৰু দলীয় বিষয়ববীয়াৰ সৈতে আজি গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক বৈঠকত মিলিত হয়। ৰাজ্যত দলৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাৰ লগতে ক’ভিড-১৯ মহামাৰীৰ এই জটিল পৰিস্থিতিত দলৰ তৰফৰপৰা জনগণক সহযোগিতা আৰু প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ বিষয়েও আলোচনা কৰা হয়। আৰু পঢ়কঃপ্ৰতিগৰাকী অসমীয়াৰ হৃদয় জয় কৰা এগৰাকী […]