Posted inঅসম

খুমটাইৰ মেঘনা কুৰ্মি প্ৰাথমিক বিদ্যালয়ৰ ৪৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

খুমটাইঃ খুমটাইৰ এখন প্ৰাথমিক বিদ্যালয়ত উদুলি মুদুলি পৰিবেশ৷ খুমটাইৰ বৰাহী গাঁৱৰ ৰাইজে উলহমালহেৰে অনুষ্ঠিত কৰিছে মেঘনা কুৰ্মি প্ৰাথমিক বিদ্যালয়ৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিদ্যালয়খনত সৃষ্টি হ’ল এক সাংস্কৃতিক পৰিবেশৰ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন, বৃক্ষৰোপণ, স্মৃতি তৰ্পণ, স্মৃতি সৌধ উন্মোচন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক […]