Posted inNews

৯২৩ কোটি টকা ব্যয়েৰে সন্দিকৈ কলেজৰ পৰা নুনমাটিলৈ নিৰ্মাণ হ’ব চাৰিলেনযুক্ত ফ্লাইঅ’ভাৰ

গুৱাহাটীত নিৰ্মাণ হ’ব চাৰিলেনযুক্ত ফ্লাইঅ’ভাৰ  গুৱাহাটীবাসীৰ বাবে সুখৱৰ। গুৱাহাটীত নিৰ্মাণ হ’ব চাৰিলেনযুক্ত ফ্লাইঅ’ভাৰ। ৯২৩ কোটি টকা ব্যয়েৰে সন্দিকৈ কলেজৰ পৰা নুনমাটিলৈ নিৰ্মাণ কৰা হ’ব এই চাৰিলেনযুক্ত ফ্লাইঅ’ভাৰ। গুৱাহাটী মহানগৰীৰ যান-জঁটৰ সমস্যা ৰোধ কৰিবৰ বাবে প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন উৰণীয়া সেঁতু নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৰহাটত অনুষ্ঠিত কেবিনেট বৈঠকৰ শেষত ঘোষণা কৰে […]