শুক্ৰবাৰে ডিব্ৰুগড় জিলাৰ মৰাণত নিৰ্মীয়মান অৱস্থাত থকা চাৰিলেন যুক্ত পথত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ আৰু জিলা খনৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে শুভাৰম্ভ কৰে এক যুগান্তকাৰী পদক্ষেপ। শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা ডিব্ৰুগড় জিলাৰ মৰাণৰ খটখটীলৈ ৪২ কি.মি. পথত নিৰ্মাণ হ’ব বিমানৰ জৰুৰী অৱতৰণ ব্যৱস্থা। উক্ত পথচোৱাত নিমাৰ্ণ হ’ব লগীয়া Emergency Lending Facilityৰ বাবে ১১২ কোটি টকা আৱন্টনৰ […]