নিউজ ডেস্ক : পশ্চিমবংগত শিয়ালৰ আক্ৰমণত আহত হৈছে বহু কেইজন লোক। ৰাজ্যখনৰ মালডা জিলাত বৃস্পতিবাৰে শিলায়ৰ এটা জাকে আক্ৰমণ চলাই ৩৮ জনকৈ লোকক জখম কৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। প্ৰাপ্ত তথ্য মতে জিলাখনৰ হৰিশচন্দ্ৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাৰদম নগৰ নাম এখন গাঁওত উক্ত ঘটনা সংঘটিত হয়। স্থানীয় আৰক্ষীয়ে জনোৱা মতে কাহিলি পুৱাতে গাঁওখনৰ কেইবা ঘৰ […]