গোৰেশ্বৰঃ সহজে ধন ঘটাৰ বিভিন্ন কৌশল প্ৰয়োগ কৰি একাংশ সহজ-সৰল লোকক নিজৰ জালত পেলাই ধন সৰকোৱা ঘটনা পুনৰ সংঘটিত হৈছে বাক্সা জিলাৰ গোৰেশ্বৰত। গোৰেশ্বৰ থানাৰ অন্তৰ্গত সৰুফুলচ’কী গাঁৱত কম্পিউটাৰ কোৰ্চ শিকোৱাৰ নামত প্ৰবঞ্চনা কৰি ধন সৰকোৱাৰ অভিযোগত দুই যুৱকক আৰক্ষীক চমজাই দিছে ভুক্তভোগী অভিভাৱক-অভিভাৱিকাই। কম্পিউটাৰ কোৰ্চত অন্তৰ্ভূক্ত হোৱাৰ ছয়মাহৰ পিছতে ষাঠী হাজাৰকৈ টকা দৰমহা লাভ […]