অনলাইনত বস্তু অৰ্ডাৰ দিয়াৰ পৰা আৰম্ভ কৰি দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ বাবদ বা আন বিভিন্ন কাৰণত টকা আদান প্ৰদানৰ ক্ষেত্ৰত আজিৰ দিনত সততে আমি ব্যৱহাৰ কৰা এক পদ্ধতি হৈছে UPI সেৱা বা Unified Payment Interface। এই পদ্ধতিৰ জৰিয়তে যথেষ্ট সহজেই টকা ট্ৰান্সফাৰ কৰিব পাৰি, যাৰ বাবে প্ৰায় সকলোৱে আজিকালি টকা ট্ৰান্সফাৰৰ ক্ষেত্ৰত UPI ব্যৱহাৰ […]