Posted inঅসম

বেল’গুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

হাওৰাঘাটঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে অব্যাহত আছে বিজেপিৰ জনকল্যানমূলক কাৰ্যসূচী । সমান্তৰালকৈ ৰাজ্যৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্ততো টীম কাৰ্বি আংলঙৰ চীফ তুলিৰাম ৰংহাঙৰ নেতৃত্বত চলিছে বিভিন্ন কাৰ্যক্ৰম। লগতে পঢ়কঃচিপিআই (এম)-চিপিআই (এমএল)ক সাক্ষাৎ জাতীয় পৰিষদৰ জিলাখনৰ হাওৰাঘাট পৰিষদীয় সমষ্টিৰ বেল’গুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজন […]