নিউজ ডেস্কঃ কৰোণাৰ দ্বিতীয়টো ঢৌয়ে সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰিছে। অসমতো দৈনিক হাজাৰ হাজাৰ লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ভালে সংখ্যক লোক মৃত্যুৰ মুখত পৰিব লগা হৈছে। স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ লোকে দিনে নিশাই কৰ’ণা সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। কৰোণাৰ বাবে কণ্টেইনমেণ্ট জ’নত আবদ্ধ হৈ পৰা দুখীয়া লোকসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে দিছে […]