গুৱাহাটীঃ মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত পৰিল দীর্ঘদিনে বাহন সংক্ৰান্তীয় প্ৰৱঞ্চনা কৰি পলাতক হৈ থকা প্ৰবঞ্চক। শেহতীয়াকৈ এক প্ৰবঞ্চনাৰ বলি হৈ পলাশবাৰীৰ দম্পতীয়ে বশিষ্ঠ থানাত ৰুজু কৰিছিল এটা গোচৰ। ৪০৬/৪২০/৩৭৯ ধাৰাত ৰুজু হোৱা গোচৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীৰ এটা দলে ডিমাপুৰৰ পৰা প্ৰবঞ্চক জয়ন্ত কুমাৰ দাসক আটক কৰিবলৈ সক্ষম হয়। লগতে পঢ়কঃআৰক্ষীৰ গুলীত আহত ৰজনীকান্ত দৈমাৰী ২০১৮ […]