নিউজ ডেস্কঃ পুনৰ বৃদ্ধি পালে পে’ট্ৰল-ডিজেলৰ মূল্য। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীত বুধবাৰে পেট্ৰ’লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিলে। প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলত বৃদ্ধি পাইছে ৮০ পইচাকৈ। মঙলবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম আছিল ৯৯.৯৮ পইচা। এতিয়া ৮০ পইচা দাম বৃদ্ধিৰ লগে লগে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য হ’লগৈ ১০০.৭৮ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৬.৭৫ টকা। […]