Posted inNews

জাপানৰ প্ৰধানমন্ত্ৰীৰ ৰেলীৰ অনুষ্ঠানত বিস্ফোৰণ, সৌভাগ্য ক্ৰমে প্ৰাণ ৰক্ষা পৰে প্ৰধানমন্ত্ৰী ফুমিও কিছিদাৰ

নিউজ ডেস্কঃ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা শনিবাৰে ৰাতিপুৱা সৌভাগ্য ক্ৰমে প্ৰাণ ৰক্ষা পৰে। তেওঁৰ ৰেলী কৰি থকাৰ সময়ত এটা ধোঁৱা বোমা বিস্ফোৰণ হৈছিল। বিস্ফোৰণৰ শব্দ শুনাৰ লগে লগে আতংকৰ সৃষ্টি হৈছিল। সুৰক্ষা বাহিনীয়ে তৎক্ষণাৎ প্ৰধানমন্ত্ৰীক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিছিল। একে সময়তে, সন্দেহযুক্ত আক্ৰমণকাৰীজনক ধৰা পৰিছিল। জাপান টাইমছৰ প্ৰতিবেদন অনুসৰি, প্ৰধানমন্ত্ৰী কিছিদা ৱাকায়ামা চহৰত এক ৰেলীত ভাষণ […]