Posted inNews

নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

বৃহস্পতিবাৰে গুৱহাটীত নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ উপস্থিতিত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত আৰক্ষী অধীক্ষক পৰ্য্যায়ৰ পৰা উচ্চ পৰ্য্যায়লৈ সকলো বিষয়াই অংশ গ্ৰহণ কৰে। গুৱাহাটীত কৰ্মৰত বিষয়াসকল সভাকক্ষত উপস্থিত থকাৰ বিপৰীতে ৰাজ্যৰ অন্যান্য জিলাসমূহত কৰ্মৰত বিষয়াসকলে ‘ভার্চুৱেল’ মাধ্যমেৰে বৈঠকত অংশ কৰে। এই বৈঠকখনত অসম আৰক্ষীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্তসমূহ […]