Posted inNews

শ্বিলঙত সম্পন্ন হ’ল জি-২০ মহাকাশ অৰ্থনীতি নেতৃত্বৰ (SELM) পূৰ্বসূৰী বৈঠক

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত কালি মেঘালয়ৰ শ্বিলঙত জি-২০ মহাকাশ অৰ্থনীতি নেতৃত্বৰ বৈঠকৰ (এছইএলএম) পূৰ্বসূৰী বৈঠক সম্পন্ন হয়