নিউজ ডেস্ক- কালি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ মানসুখ মাণ্ডভিয়াই বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডাঃ টেড্ৰ’ছ আৰু সমগ্ৰ বিশ্বৰ স্বাস্থ্য মন্ত্ৰীসকলৰ উপস্থিতিত ‘সকলোৰে বাবে স্বাস্থ্য’ বিষয়ক কেন্দ্ৰ কৰি বিশ্ব স্বাস্থ্য সভাৰ ৭৬ সংখ্যক অধিৱেশনত ভাষণ প্ৰদান কৰে। স্বাস্থ্য জৰুৰীকালীন প্ৰস্তুতি, চিকিৎসা প্ৰতিৰোধৰ প্ৰৱেশাধিকাৰ আৰু ডিজিটেল স্বাস্থ্যৰ ক্ষেত্ৰত জি-২০ ভাৰতৰ স্বাস্থ্যৰ অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰি ডাঃ মাণ্ডভিয়াই […]
Tag: G20
Posted inঅসম