নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-৭ সন্মিলনৰ সমান্তৰালভাৱে হিৰোছিমাত আজি ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা ছিলভাৰ সৈতে বৈঠকত মিলিত হয়৷ দুয়োগৰাকী নেতাৰ মাজত এইখন প্ৰথম বৈঠক৷ নেতা দুগৰাকীয়ে উল্লেখ কৰে যে এই বছৰটো দেশ দুখনৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি৷ তেওঁলোকে কৌশলগত অংশীদাৰিত্বৰ পৰ্যালোচনা কৰাৰ লগতে সেইবোৰ, বিশেষকৈ প্ৰতিৰক্ষা উৎপাদন, বাণিজ্য, ঔষধ-পাতি, কৃষি, দুগ্ধপাম […]