গহপুৰ: ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপে ৰাইজক জ্বলাকলা খুৱাইছে । বছৰৰ পিছত নিৰ্মাণ আৰু মেৰামতিৰ নামত ঠিকাদাৰী সংস্থাটোৱে হেমাহী কৰাৰ ফলত ৰাইজৰ যাতনা দিনক দিনে বাঢ়িছে যদিও কোনো গুৰুত্ব নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগতে চৰকাৰৰো । যোৱা সময়চোৱাত বহুজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই জৰাজীৰ্ণ পথটোৰ বাবে ।কেতিয়া সাৰ পাব NHIDCL চৰকাৰে। আজি গহপুৰত আছু-ব্যৱসায়ী […]