হোজাই : হোজাই আৰক্ষীয়ে আজি এক অভিযান চলাই জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে চাৰিজনকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন জুৱাৰী কেইজনৰ পৰা আৰক্ষীয়ে নগদ ৫০০০ টকাৰ লগতে চাৰিটা মোবাইল ফোন তথা কিছু আপত্তিজনক সামগ্ৰী জব্দ কৰে। আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, ধৃত জুৱাৰী কেইজনক অজয় চক্ৰৱৰ্তী (৩০),তাপছ কৰ্মকাৰ (৩২), হিৰালাল গুপ্তা (৩০) আৰু মাধৱ […]