ইষ্ট ম’জ’ অসম ফেক্ট চেকঃ ছচিয়েল মিডিয়াত সোমবাৰৰ নিশাৰ পৰা দেখা গৈছে যে 100 PIPERS নামৰ সুৰা নিৰ্মাণকাৰী কোম্পানীটোৱে মদৰ বটলত বিহু সংস্কৰণত অসমীয়া গামোচাখন ব্যৱহাৰ কৰা হৈছে। ছচিয়েল মিডিয়াত মদৰ বটলটোত ব্যৱহাৰ হোৱা লেবেলটো প্ৰায় হুবহু অসমীয়া গামোচাৰ দৰেই দেখা গৈছে। যাৰ বাবে সমাজিক মাধ্যমত বিভিন্ন জনে প্ৰতিক্ৰিয়া কৰাৰ লগতে আবকাৰী বিভাগকো ইয়াৰ বাবে […]