Posted inঅসম

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীৰ ক্ষোভ

নিউজ ডেস্কঃ ৰাজ্যত বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ। তুংগত উঠিছে ৫ টা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ। এতিয়া আৰম্ভ হৈছে ইজনে সিজনক বোকা চটিওৱাৰ ৰাজনীতি। ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ। গণেশ কছাৰীক মুখ্যমন্ত্ৰীয়ে গাখীৰ নোলোৱা গৰু বুলি কোৱা মন্তব্য়ত  ক্ষোভ উজাৰিলে নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে।সাংবাদিকক […]