Posted inঅসম

মহানগৰীৰ গণেশ মন্দিৰ সমূহত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ

গুৱাহাটী : আজি গণেশ পূজা। মহানগৰীৰ গণেশ মন্দিৰ সমূহত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। গণেশ দেৱতাৰ আশীষ বিচাৰি মহানগৰীৰ গুৱাহাটীত থকা গণেশ মন্দিৰ সমূহত পুৱাৰ পৰাই ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে। এফালে ক’ভিডসৃষ্ট পৰিৱেশ আনফালে পুৱাৰ পৰাই আৰম্ভ হোৱা বৰষুণ জাকৰ বাবে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। ইয়াৰ মাজতো মহানগৰীবাসী ওলাই আহিছে গণেশ দেৱতাক পূজা আগবঢ়াবলৈ। সমগ্ৰ […]