Posted inঅসম

কোকৰাঝাৰত ১ কোটি টকাৰ গাঞ্জা জব্দ; দুজনক গ্ৰেপ্তাৰ

কোকৰাঝাৰ: অসম আৰক্ষীয়ে দেওবাৰে নিশা এক অভিযান চলাই কোকৰাঝাৰ জিলাৰ অসম-পশ্চিমবংগ সীমান্তত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে। ৩১চি নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৮১৫ কেঃজিঃ ওজনৰ ৭২ পেকেট গাঞ্জা। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে HR55-R-5137 নম্বৰৰ ট্ৰাকখন জব্দ কৰি ৰাখে। প্ৰাপ্ত তথ্য মতে দেওবাৰে নিশা গোসাঁইগাঁৱৰ শিমলতাপু আৰক্ষী […]