Posted inঅসম

একাংশ পৰিচালক-প্ৰযোজকৰ বিৰুদ্ধে ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গৰ তীব্ৰ ক্ষোভ

নিউজ ডেস্কঃ অসমৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে ছচিয়েল মিডিয়া যোগে অভিনয় জগতৰ একাংশ পৰিচালক-প্ৰযোজকৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। শিল্পীক কেনেদৰে এগৰাকী পৰিচালকে কাম দিয়াৰ নামত প্ৰতাৰণা কৰে তাকেই এটা ফেচবুক প’ষ্টটোৰ জড়িয়তে ব্যক্ত কৰে গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে লিখিছে, ”আজি কালি অসমীয়া মেগা(?) serial ৰ দুই এজন প্ৰযোজক, পৰিচালকে হয়তো নিজকে […]