Posted inঅসম

গৰুখুঁটিৰ উচ্ছেদিতৰ কাষত গুৱাহাটী উচ্চ ন্যায়ালয়

নিউজ ডেস্কঃ বিগত বৰ্ষত ছিপাঝাৰৰ গৰুখুঁটিত উচ্ছেদ কৰা পৰিয়ালৰ পক্ষত থিয় দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৭০০ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰে জিলা উপায়ুক্তক । গৰুখুঁটিৰ পৰিয়ালৰ লোকক অহা ৬ মাহৰ ভিতৰত সকলো সংস্থাপনৰ কাম শেষ কৰিবলৈও নিৰ্দেশনা জাৰি কৰে। সম্প্ৰতি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গৰুখুঁটিৰ উচ্ছেদক লৈ উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল […]