Posted inঅসম

মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰা অধ্যাপকক গুৱাহাটী উচ্চ ন্যয়ালয়ৰ অগ্ৰিম জামিন

নিউজ ডেস্ক: ৰাজ্যৰ মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে অপমানসূচক শব্দ প্ৰয়োগ কৰা আৰু ইছলামিক শিক্ষা ব্যৱস্থাৰ প্ৰসাৰ চলোৱাৰ অভিযোগ উঠা অসমৰ এগৰাকী মহাবিদ্যালয়ৰ অধ্যাপকক গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰীম জামিন প্ৰদান কৰিছে। অভিযোগ অনুসৰি হাইলাকান্দিৰ এছ এছ মহাবিদ্যালয়ৰ জামিৰ আহমেদ চৌধুৰী নামৰ সহযোগী অধ্যাপকজনে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এগৰাকী ‘চয়তান আৰু ভুকি থকা কুকুৰ’ […]