Posted inNews

ন্যায়াধীশক ‘মডেল’-ভস্মাসুৰ’ৰে তুলনা – যোৰহাটৰ অধিবক্তাক দোষী সাব্যস্ত হাইক’ৰ্টৰ

নিউজ ব্যুৰ’ – এগৰাকী ন্যায়াধীশক ‘মডেল’, ‘ভস্মাসুৰ’ৰ লগত তুলনা কৰি শাস্তিৰ সমূখীন হৈছে অসমৰে এগৰাকী অধিবক্তা। ন্যায়াধীশৰ প্ৰতি আগবঢ়োৱা চূড়ান্ত অশোভনীয় মন্তব্যৰ বাবে এইবাৰ উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিছে যোৰহাটৰ উৎপল গোস্বামী নামৰ এজন অধিবক্তা। এই সন্দৰ্ভত এক নিজাববীয়া গোচৰৰ শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অধিবক্তা গোস্বামীক এই মন্তব্যৰ বাবে দোষী সাব্যস্ত কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি […]