Posted inNews

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰহস্যজনক ঘটনা

গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সন্ধানহী এটি শিশু। শিশুটি চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ৰহস্যজনকভাৱে এটি শিশু সন্ধনহীন হয়। প্ৰিয়ম কলিতা নামৰ ৮ মহীয়া শিশুটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত সন্ধনহীন হয়। শিশুটি কিডনী ৰোগত […]