Posted inচাকৰি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগত নিযুক্তি সৃষ্টি

নিউজ ডেস্ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগত সৃষ্টি হোৱা Teaching Associate-ৰ পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। অৱশ্যে এই পদ সম্পূৰ্ণৰূপে অস্থায়ী ভিত্তিত হ’ব বুলি জনোৱা হৈছে। পদৰ নাম: Teaching Associate in Department of Philosophy পদৰ সংখ্যা: এটা প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা: দৰ্শন বিভাগত ভাৰতীয় দৰ্শন/ধৰ্মক বিশেষ বিষয় হিচাপে লৈ স্নাতকোত্তৰ ডিগ্ৰীধাৰী […]