Posted inNews

৯ টা আঞ্চলিক ভাষাৰ টেলিভিছন চেনেল মুকলি আদানি গ্ৰুপৰ

নিউজ ডেস্ক- গৌতম আদানি মালিকানাধীন এন ডি টিভি প্রতিষ্ঠানটোৱে বিভিন্ন ভাষাত টেলিভিছন চেনেল মুকলি কৰিব। প্রতিষ্ঠানটোৱে আঞ্চলিক ভাষাত ৯ টাকৈ চেনেল মুকলি কৰাৰ বাবে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ পৰা অনুমতি বিচাৰিছে। জানিব পৰা মতে, এই চেনেলকেইটা ভাৰতৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ভাষাত মুকলি কৰা হ’ব। বিগত ১৭ মে’ত এন ডি […]