Posted inবিজ্ঞান

নতুন প্ৰজাতিৰ কেঁকোসাপ উদ্ধাৰ; ভাৰতীয় সেনাৰ নামেৰে নামাংকিত

নিউজ ডেস্ক: ভাৰতীয় সেনা বাহিনীৰ নামত এটা নতুন প্ৰজাতিৰ কেঁকোসাপৰ নামকৰণ কৰা হ’ল। অসমৰ সৰীসৃপবিজ্ঞানী (herpetologist) ড০ জয়াদিত্য পুৰকায়স্থ্যৰ নেতৃত্বত গৱেষকৰ এটা দলে সেনাৰ এটা কেন্দ্ৰত কেঁকোসাপটোক (bent-toed gecko) উদ্ধাৰ কৰে। মেঘালয়ৰ ৰিভয় জিলাৰ উমৰইস্থিত সেনাবাহিনীৰ কেন্দ্ৰত কেঁকোসাপটোক উদ্ধাৰ কৰা হৈছিল। কেঁকোসাপটোৰ বৈজ্ঞানিক নাম Cyrtodactylus exercitus দিয়া হয়। উল্লেখযোগ্য যে লেটিন ভাষাত exercitus-ৰ অৰ্থ হৈছে […]