মহানগৰীত সান্ধ্যআইনৰ মাজত এজন বিজেপি নেতাক চাইকেল চলোৱাত বাধা দিয়াৰ অভিযোগত গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাৰ এজন উপ-পৰিদৰ্শকক নিলম্বন কৰে়। আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ পৰা দিয়া আদেশৰ প্ৰতিলিপি অনুসৰি, ফুলেশ্বৰ কোঁৱৰ বুলি চিনাক্ত কৰা এই আৰক্ষী বিষয়াজনৰ বেয়া আচৰণ আৰু কৰ্তব্যত কৰা অৱহেলাৰ বাবে তাৎক্ষণিক ভাৱে নিলম্বন কৰা হৈছে বুলি কোৱা হৈছে।নিৰ্দেশটো ২৯ মে’ত জাৰি কৰা হৈছিল […]