Posted inNews

উজনিত কোন হ’ব বিৰোধীৰ নতুন মুখ?

নিউজ ডেস্ক: ২০২৪ চনৰ লোকসভা নির্বাচনক লৈ প্রার্থিত্বকেন্দ্ৰিক ৰাজনৈতিক সমীকৰণ আৰম্ভ হৈছে বিৰোধী শিবিৰত। ইতিমধ্যে ৰাজ্যৰ অন্যতম শক্তিশালী দল বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফক বাদ দি মিলিত হৈছে ৰাজ্যৰ ১১ টাকৈ ৰাজনৈতিক দল। কংগ্ৰেছৰ নেতৃত্বত মিলিত হোৱা এই এঘাৰটা বিৰোধী দলে এতিয়া আৰম্ভ কৰিছে সমষ্টিকেন্দ্রিক কুচকাৱাজ। বিগত প্রায় এটা দশক ধৰি ধৰ্মীয় মেৰুকৰণৰ […]