নিউজ ডেস্কঃ বাৰিষাৰ পূৰ্বেই NHPC ৰ গেৰুকামুখৰ নদীবান্ধ প্ৰকল্পত দেখা গৈছে ভয়ংকৰ ভূমিস্খলন। এতিয়া যেন প্ৰতিদিনে NHPC ত বাজিবলৈ আৰম্ভ বৈছে ভয়ংকৰ বিপদ ঘটাৰ । NHPC ৰ নদীবান্ধত আজি দেখা গ’ল এক ভয়ংকৰ ভূমিস্খলন। বৰ্তমান লৈকে জানিব পৰা অনুসৰি ভূমিস্খলনটো লেফ্ট বেংকৰ ড্ৰাইভাৰ্ছ’নেল টানেলত হোৱা এক বিস্ফোৰণৰ ফলত ঘটনাটো সংঘটিত হৈছে। বিস্ফোৰণৰ ফলত পাহাৰ পৰা […]