Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

১৪ অক্টোবৰত মুক্তি লাভ কৰিব নতুন অসমীয়া চিনেমা ‘Ghost of Maikhuli’

গুৱাহাটীঃ অহা ১৪ অক্টোবৰত মুক্তি লাভ কৰিব গীতা পাঠকৰ প্ৰযোজনা আৰু পংকজ চ’ৰাম পৰিচালিত নতুন অসমীয়া চিনেমা ‘Ghost of Maikhuli’। বৃহস্পতিবাৰে গুৱাহাটীৰ মেট্রিক্স চিনেমা হলত চিনেমাখনৰ সকলো কলা কুশলীৰ উপস্থিতিত পোষ্টাৰ আৰু ট্ৰেইলাৰ মুকলি কৰা হয়। চিনেমাখনৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জনপ্রিয় অভিনেতা ৰবি শৰ্মা আৰু জনপ্ৰিয় পৰিচালক হিমাংশু […]