Posted inফেক্ট-চেক

ফেক্ট-চেক: ছবিত দেখুওৱাৰ দৰে পদত্যাগৰ পূৰ্বে অমিত শ্বাহক লগ ধৰিছিল গুলাম নবি আজাদে?

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে প্ৰাক্তন কংগ্ৰেছ নেতা গুলাম নবি আজাদ আৰু R&AW-ৰ সঞ্চালক সামন্ত কুমাৰ গোয়েলৰ এখন ফটো যোৱা কিছুদিনৰ পৰা সামাজিক ভাইৰেল হৈ পৰিছে। ফটোখন শ্বেয়াৰ কৰি একাংশই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ দুদিন পূৰ্বে আজাদে অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হৈছিল বুলি দাবী কৰা দেখা গৈছে। (ইয়াত ক্লিক কৰক) আন বহুতৰ দৰে […]