গুৱাহাটীঃ যোৱা ২২ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে মহানগৰী নাৰেংগীৰ এগৰাকী ১২বছৰীয়া কিশোৰী। সন্ধানহীন কিশোৰাগৰাকীৰ নাম পৰিস্মিতা মালী। পৰিস্মিতা নাৰেংগী কেন্দ্ৰীয় বিদ্যালয়ৰ ষষ্ঠশ্ৰেণীৰ ছাত্ৰী। পংকজ বৰ্মন নামৰ যুৱকজনে অপহৰণ কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰলোকে। অপহৰণ কাণ্ড সংঘটিত হোৱাৰ দিনা কিশোৰাগৰাকীৰ পৰিয়ালৰ লোকে নুনমাটি থানাত এজাহাৰ দাখিল কৰে। কিন্তু গোচৰ ৰুজু কৰাৰ পাছতো আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ […]