নিউজ ডেস্কঃ এতিয়াৰে পৰা ছোৱালীক ১৮ বছৰত নহয় ২১বছৰতহে বিয়া দিবলৈ পাৰিব। কেন্দ্ৰীয় কেবিনেটে কন্যাৰ বিবাহৰ যোগ্য বয়স ১৮ৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰি পুৰুষৰ সৈতে বয়স একে কৰাৰ ক্ষেত্ৰত এই প্ৰস্তাৱ গ্ৰহণ কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে ২০২০ চনৰ স্বাধীনতা দিৱসৰ বক্তৃতাত তেওঁৰ এই পৰিকল্পনাৰ কথা উল্লেখ কৰাৰ প্ৰায় এবছৰৰ পিছত ১৫ ডিচেম্বৰৰ দিনা কেবিনেটে এই […]