Posted inঅসম

চিৰদিনৰ বাবে বন্ধ হ’ব গুৱাহাটী মহাগনগৰীৰ সকলো বিলাক হুকা বাৰ

গুৱাহাটী : চিৰদিনৰ বাবে বন্ধ কৰা হ’ব গুৱাহাটী মহাগনগৰীত থকা সকলো বিলাক হুকা বাৰ। শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমে এক নিৰ্দেশ যোগে মহানগৰীৰ হুকা বাৰসমূহ স্থায়ীভাৱে বাবে বন্ধ কৰা হ’ব বুলি ঘোষণা কৰে। শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত বৈঠকৰ পিছতে গুৱাহাটী পৌৰ নিগমৰ এখন […]