গুৱাহাটীঃ মহানগৰীৰ ৬১খন নাৰ্ছিং হোমলৈ জাননী জাৰি গুৱাহাটী পৌৰ নিগমৰ। নীতিবহিভূত ভাৱে মহানগৰীত বহু বিল্ডিং নিৰ্মাণ কৰাৰ অভিযোগ গুৱাহাটী পৌৰ নিগমৰ। দুমহলীয়া বিল্ডিঙৰ অনুমতি লৈ লৈ নাৰ্ছিং হোমে নিৰ্মাণ কৰিছে ৫মহলীয়া অট্টালিকা। নিয়ম নামানি অবৈধভাৱে নিৰ্মাণ হৈছে বহু বিল্ডিং, বহু নাৰ্ছিং হোম। পৌৰনিগমৰ আয়ুক্ত দেবাশিষ শৰ্মাই জনোৱা মতে গুৱাহাটীত পঞ্জীয়ন হৈ থকা ৬৪ খন নাৰ্ছিংহোমৰ […]