গুৱাহাটীঃ গেৰুৱা বাহিনীৰ দখলত গুৱাহাটী পৌৰনিগম। বিজেপি মিত্ৰজোঁটে বৃহৎ জয়লাভেৰে পৌৰনিগম দখল কৰিবলৈ সক্ষম হয়। বিজেপি মিত্ৰজোঁটে ৫৮টা ৱাৰ্ড, আম আদমী পাৰ্টীয়ে ১টা আৰু অসম জাতীয় পৰিষদে এটা ৱাৰ্ডত জয়লাভ কৰিবলৈ সক্ষম হয়। ১ নং ৱাৰ্ডত বিজয়ী হৈছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হুকুম চান্দ বক্সী, ২নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মুকুল কলিতা, ৩নং ৱাৰ্ড বিজেপি প্ৰাৰ্থী […]