Posted inNews

মহানগৰীত মটৰ সংযোগী ৰিক্সাৰ চলাচল বন্ধ কৰিব পৌৰনিগমে

গুৱাহাটী: মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে মটৰ সংযোগী ৰিক্সা৷ এই ৰিক্সাসমূহে যাত্ৰীৰ পৰা সংগ্ৰহ কৰি আহিছে অত্যাধিক ভাড়া ৷ ৰিক্সাত মটৰ সংযোগ থকাৰ বাবেই যাত্ৰীক বেছি ভাড়া দাবী কৰাটো মহানগৰীৰ নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে। শেহতীয়াকৈ বিভিন্ন সময়ত উত্থাপিত হৈ থকা অভিযোগৰ ভিত্তিত মহানগৰীত চলাচল কৰি থকা মটৰ সংযোগী ৰিক্সাৰ ওপৰত কঠোৰ স্থিতি লোৱাৰ হুংকাৰ পৌৰ […]