Posted inঅসম

ৰাজ্য সভাৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ক’ভিড পজিটিভ

গুৱাহাটীঃ ৰাজ্য় সভাৰ সাংসদ তথা কংগ্ৰেছ নেতা ৰিপুন বৰা কোভিড ১৯ত আক্ৰান্ত হৈছে। বৰ্তমান তেওঁক গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে। ৰিপুন বৰাই যোৱা কেইবাদিন ধৰি তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে কোভিড পৰীক্ষা কৰাবলৈ অনুৰুধ কৰিছে। আৰু পঢ়কঃদুদিন ধৰি দেশত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা দুই লাখ তলত তেওঁ কোভিড পজিটিভ বুলি নিশ্চিত […]