Posted inNews

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ‘কলিজা আইতা’ই

কলিজা আইতা আৰু নাই। অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে কলিজা আইতাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ আই চি ইউত বৃহস্পতিবাৰে প্ৰায় ১০:৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। কলিজা আইতাৰ প্ৰকৃত নাম আছিল শুভদ্ৰা দেৱী। প্ৰথমে মাডাৰ অ’ল্ড এজ হোমৰ আৱাসী হলেও পৰৱৰ্তী সময়ত প্ৰমোদ তালুকদাৰ অ’ল্ড এজ হোমত বাস কৰিছিল তেওঁ। ১০৭ বছৰীয়া এই আইতাগৰাকী সকলোৰে […]