Posted inদেশ-বিদেশ

উপ–ৰাজ্যপালৰ হাতলৈ দিল্লীৰ প্রশাসনিক ক্ষমতা

নিউজ ডেস্কঃ দিল্লীৰ প্রশাসনিক ক্ষমতা সম্পর্কীয় বিধেয়কখনত ৰাজ্যসভাই অনুমোদন জনালে ৷ মাজনিশা পর্যন্ত তীব্র বিতর্ক আৰু হুলস্থূলীয়া পৰিৱেশৰ মাজত গৃহীত হয় জিএনচিটিডি বিল৷ ইয়াৰ জৰিয়তে দিল্লীৰ প্রশাসনিক ক্ষমতা সম্পূর্ণৰূপে দিয়া হ’ল উপ–ৰাজ্যপালৰ হাতত৷ লক্ষণীয়ভাৱে ৰাজ্যসভাত এই বিধেয়ক গৃহীত হোৱা বিষয়টোক লৈ বিজেপিক কঠোৰ সমালোচনা কৰিছে আম আদমী পার্টী (আপ)য়ে৷ ইফালে তৃণমূল কংগ্রেছৰ ৰাজ্যসভাৰ সাংসদসকলেও দিল্লীৰ […]