Posted inঅসম

ৰাজকন্যা বৰুৱা সন্দৰ্ভত জি এন আৰ চি হাস্পতালৰ প্ৰতিক্ৰিয়া

গুৱাহাটী : ৰাজকন্যা বৰুৱা সন্দৰ্ভত জি এন আৰ চি হাস্পতালৰ প্ৰতিক্ৰিয়া। অৱশেষত ৰাজকন্যা বৰুৱাৰ চিকিৎসা সন্দৰ্ভত আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হস্পাতালখনে। জি এন আৰ চি হাস্পতালে জাৰি কৰা এক বিজ্ঞপ্তিত কোৱা হৈছে যে, ৰোগীক উপযুক্ত চিকিৎসাৰ বাবে জি এন আৰ চি হস্পাতাল সদায় দায়ৱদ্ধ। সমাজৰ সকলো শ্ৰেণী লোকলৈকে জি এন আৰ চিয়ে সেই সেৱা আগবঢ়াই […]